Thursday, April 18, 2024
HomeNEWSৰাণীৰ এন ই চি পথত দূৰ্ঘটনা 

ৰাণীৰ এন ই চি পথত দূৰ্ঘটনা 

প্ৰকাশিত তাৰিখঃ ২৭ মাৰ্চ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ এন ই চি পথত এক পথ দূৰ্ঘটনা। আজি দিনৰ ভাগত ৰাণী গে’টৰ ফালৰ পৰা আহি থকা খালী ডাম্পাৰ এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। এন ই পথৰ কাষত অৱস্থিত ৰাণী খণ্ড প্ৰাথমিক বিদ্যালয়ৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত এই দূৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।   

ফটোঃ প্ৰভাত ৰাভা, চানডুবি নিউজ

Pix: Prabhat Rabha, Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward