Saturday, April 27, 2024
HomeNEWSজাৱৰ–জোথৰে কদৰ্যময় কৰি তোলা পদপথ

জাৱৰ–জোথৰে কদৰ্যময় কৰি তোলা পদপথ

প্ৰকাশিত তাৰিখঃ ৪ মাৰ্চ, ২০২৪

গুৱাহাটী মহানগৰীৰ এটি গুৰুত্বপূৰ্ণ অঞ্চল ভি আই পি। অতি ব্যস্তপূৰ্ণ ঠাইখনৰ এটি পদপথত পেলোৱা জাৱৰ–জোথৰে কদৰ্যময় কৰি তুলিছে। দৃশ্যটো শ্যামভূমি হাইস্কুলৰ দ্বিতীয় গেটৰ কাষৰ।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward