Thursday, April 18, 2024
HomeNEWSপ্ৰকৃতি বিৰোধী উন্নয়নত ৰাইজৰ প্ৰতিবাদ

প্ৰকৃতি বিৰোধী উন্নয়নত ৰাইজৰ প্ৰতিবাদ

প্ৰকাশিত তাৰিখঃ ২৫ জুলাই, ২০২২

পলাশবাৰী–মিৰ্জা–চানডুবি পথৰ মুদুকী জনজাতীয় হাইস্কুলৰ পৰা চানডুবিলৈ ৭ কিলোমিটাৰ পথ বহলিকৰণত ৰাইজৰ আপত্তি। কিয়নো এই পথছোৱা বহলিকৰণৰ নামত হাজাৰ–হাজাৰ গছ কটা যাব। প্ৰকৃতিৰ বিৰুদ্ধে গতি কৰা উন্নয়নৰ বিৰোধিতাৰে ৰাইজৰ প্ৰতিবাদ সাব্যস্ত। যোৱা ২৩ জুলাইত ৰাজাপাৰা বিষ্ঞু ৰাভা যুৱ মঞ্চ, ৰাজাপাৰা আঞ্চলিক জনজাতীয় সংঘ আৰু জৰামুখৰীয়া যুৱ সংঘৰ যুটীয়া উদ্যোগত মুদুকী খেলপথাৰত আয়োজিত বিশাল ৰাজহুৱা সভাৰ কেইটিমান দৃশ্য।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward