Friday, March 29, 2024
Homeবাতৰিপৰিবেশ কৰ্মী ডা০ পূৰ্ণিমা দেৱী বৰ্মন কানাডালৈ আমন্ত্ৰিত

পৰিবেশ কৰ্মী ডা০ পূৰ্ণিমা দেৱী বৰ্মন কানাডালৈ আমন্ত্ৰিত

প্ৰকাশিত তাৰিখঃ ৩০ জুলাই’ ২০১৮

চি এন ডেক্স

অহা ২৪ আগষ্টত কানাডাৰ ভেনকভাৰ’ত অনুষ্ঠিত হ’বলগীয়া ‘বাৰ্ডছ অৱ এ ফিডাৰ’ অনুষ্ঠানত অসমৰ পৰিবেশ কৰ্মী ডা পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলা বিষয়ক এক ভাষণ দিব। এই অনুষ্ঠানৰ মুখ্য পৃষ্ঠপোষক হ’ল ষ্টিৱাৰ্ডশ্বিপ চেণ্টাৰ ফ’ৰ ব্ৰিটিছ কলম্বিয়া।

উক্ত দিনৰ সন্ধিয়া ৭ বজাৰ পৰা ৯ বজালৈ প্ৰদান কৰিবলগীয়া ভাষণত অসমৰ হাড়গিলা (Leptoptilos dubius)ক গাঁৱলীয়া মহিলাৰ সক্ৰিয়া সহযোগিতাত কেনেদৰে সংৰক্ষণ কাৰ্য প্ৰণালী আগুৱাই লৈ গৈছিল তাৰ ওপৰত বিশেষভাৱে বৰ্ণনা কৰিব।

উল্লেখ্য যে, বিশ্বৰ ভিতৰত ৭৫ শতাংশ হাড়গিলাৰ আবাসভূমি হ’ল অসম। হাড়গিলাৰ আবাসভূমি খাল–বিল–জলাশয় সমূহ উপযুক্ত সংৰক্ষণৰ বাবে অহৰহ লাগি থকা পূৰ্ণিমাই সেউজ অস্কাৰ পুৰস্কাৰ লাভ কৰি কৰিছিল।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward