Sunday, April 28, 2024
HomePHOTOGRAPHYনাজিৰ আলী ফুটবল প্ৰতিযোগিতা

নাজিৰ আলী ফুটবল প্ৰতিযোগিতা

প্ৰকাশিত তাৰিখঃ ২৫ ছেপ্টেম্বৰ, ২০২৩

২৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে নাজিৰ আলী ফুটবল প্ৰতিযোগিতা। আমৰাঙ্গা–বৰিহাট মিনি ষ্টেডিয়ামত আৰম্ভ হোৱা উদ্বোধনী খেলখন ৰাজাপাৰা এফ চি আৰু পাথাৰখামা এফ চিৰ মাজত অনুষ্ঠিত হয়। খেলখনত ৰাজাপাৰা এফ চিয়ে পাথাৰখামা এফ চিক ১–০ গ’লত পৰাস্ত কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward