Friday, May 3, 2024
HomeNEWSবায়খো উৎসৱ উদযাপনৰ বিভিন্ন দৃশ্য

বায়খো উৎসৱ উদযাপনৰ বিভিন্ন দৃশ্য

প্ৰকাশিত তাৰিখঃ ৫জুন, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

বায়খো ৰাভাসকলৰ এক কৃষি ভিত্তিক উৎসৱ। ৪ জুনত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ লোহাৰঘাট–দেওপানীত বায়খো উৎসৱ উদযাপন। বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ, আঞ্চলিক মহিলা পৰিষদ, আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি আৰু আঞ্চলিক ৰাভা সাহিত্য সভাৰ যুটীয়া উদ্যোগত উদযাপিত বায়খো উৎসৱৰ কেইটিমান দৃশ্য।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward