Thursday, April 25, 2024
HomeNEWSবৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ ২০২২–২০২৩ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা

বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ ২০২২–২০২৩ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা

প্ৰকাশিত তাৰিখঃ ২৫ জুলাই, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট–

কামৰূপ জিলাৰ লোহাৰঘাটস্থিত বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভাখন ২৪ জুলাইত অনুষ্ঠিত হৈ যায়। ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখনত অংশীদাৰ ৰাইজ আৰু সমবায় বিভাগৰ বিষয়া–কৰ্মীচাৰী উপস্থিত থাকে। সমবায়খনৰ বাৰ্ষিক লাভ–লোকচানৰ হিচাপ–নিকাচৰ খতিয়ান পাঠ কৰাৰ লগতে আগন্তুক বৰ্ষত আৰ্থ–সামাজিক উন্নয়ন আঁচনি গ্ৰহণ কৰা হয়। সমিতিৰ সভাখনতে অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ–ছাত্ৰীসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward