Thursday, March 28, 2024
Homeবিজ্ঞাপনভাৰতীয় তৈল নিগমত পদ খালী

ভাৰতীয় তৈল নিগমত পদ খালী

ভাৰতীয় তৈল নিগম (আই অ চি এল)ৰ বিহাৰৰ বাৰাউনী শোধনাগাৰত খালী হোৱা পদত নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম দিনঃ ২০ জানুৱাৰী, ২০১৮।

খালী হোৱা পদৰ সবিশেষ

পে’ স্কেল ১১,৯০০ ৩২,০০০ (প্ৰি ৰিভাইচ)

১] পদৰ নামঃ জুনিয়ৰ ইঞ্জিনীয়াৰ এছিছটেণ্ট–IV (প্ৰডাকচন)

পদৰ সংখ্যাঃ ৩৭টা

২] পদৰ নামঃ জুনিয়ৰ ইঞ্জিনীয়াৰ এছিছটেণ্ট–IV (পি এণ্ড ইউ)–বইলাৰ 

পদৰ সংখ্যাঃ ৩টা

৩] পদৰ নামঃ জুনিয়ৰ ইঞ্জিনীয়াৰ এছিছটেণ্ট–IV (পি এণ্ড ইউ)–টাৰ্বাইন

পদৰ সংখ্যাঃ ৩টা

৪] পদৰ নামঃ জুনিয়ৰ কণ্ট্ৰল ৰূম অপাৰেটৰ–IV   

পদৰ সংখ্যাঃ ৩টা

৩] পদৰ নামঃ জুনিয়ৰ ইঞ্জিনীয়াৰ এছিছটেণ্ট–IV (ইলেট্ৰিকেল)

পদৰ সংখ্যাঃ ৫টা

৬] পদৰ নামঃ জুনিয়ৰ কোৱালিটী কণ্ট্ৰল এনালিষ্ট–IV 

পদৰ সংখ্যাঃ ৪টা

৭] পদৰ নামঃ  জুনিয়ৰ ইঞ্জিনীয়াৰ এছিছটেণ্ট – IV (এফ এণ্ড এছ)  

পদৰ সংখ্যাঃ ১টা

৮] পদৰ নামঃ জুনিয়ৰ মেটেৰিয়েল এছিছটেণ্ট–IV 

পদৰ সংখ্যাঃ ১টা

৯] পদৰ নামঃ জুনিয়ৰ নাৰ্চিং এছিছটেণ্ট–IV 

পদৰ সংখ্যাঃ ১টা

বয়সৰ পৰিসীমাঃ ১৮–২৬ বছৰ (০৭–০২–২০১৮)। চৰকাৰী বিধি অনুসৰি এছ চি/ এছ টি, অবিচি আৰু বিশেষভাৱে প্ৰাৰ্থীক বয়স ৰেহাই দিয়াৰ ব্যৱস্থা আছে।

সৱিশেষ জানিবলৈ এই ৱেৱচাইটৰ সহায় লওঁক >> www.iocl.com

বিজ্ঞাপন চাবৰ বাবে >> << ক্লিক কৰক >>

অনলাইন আবেদনৰ বাবে এই ৱেৱচাইটৰ সহায় লওঁক >> http://www.iocrefrecruit.in  

আবেদন পঠিওৱাৰ ঠিকনা

To

Deputy General Manager (HR)

Barauni Refinery

P.O. Barauni Oil Refinery

Begusarai, Bihar – 851114

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward