Saturday, April 27, 2024
Homeবাতৰিমণিপুৰৰ লকটক হ্ৰদক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ উন্নীতকৰণৰ পদক্ষেপ

মণিপুৰৰ লকটক হ্ৰদক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ উন্নীতকৰণৰ পদক্ষেপ

প্ৰকাশিত তাৰিখঃ ১৫ নবেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

‘লকটক হ্ৰদ’ মণিপুৰ ৰাজ্যৰ পৰ্যটনৰ এক উল্লেখযোগ্য ক্ষেত্ৰ। উক্ত হ্ৰদৰ নৈসৰ্গিক পৰিবেশ আৰু জীৱ–বৈচিত্ৰ্যৰ অপূৰ্ব সমাহাৰে ৰাজ্যখনৰ পৰ্যটনক্ষেত্ৰক অধিক চহকী কৰি তুলিছে।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে মণিপুৰৰ এই পৰ্যটন ক্ষেত্ৰ লকটক হ্ৰদক সংৰক্ষণৰ লগতে বিশ্ব ঐতিহ্যক্ষেত্ৰলৈ উন্নীতকৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত পৰ্যটন মন্ত্ৰালয়ে চাৰিজনীয়া সদস্যৰে এখন কমিটিও গঠন কৰিছে। হ্ৰদটোৰ সংৰক্ষণ, পৰিচালনা সন্দৰ্ভত ৰাজ্য চৰকাৰ, অংশীদাৰী সংস্থা আদি সকলো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এই কমিটিখনে আলোচনা কৰিব।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward