Friday, March 29, 2024
Homeবাতৰিপ্ৰথমখন আয়ুস হাস্পতাল উদ্বোধন

প্ৰথমখন আয়ুস হাস্পতাল উদ্বোধন

প্ৰকাশিত তাৰিখঃ ১৫ নবেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

যোৱা ২৭ নবেম্বৰত উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন আয়ুস হাস্পতাল উদ্বোধন কৰে মিজোৰামৰ চাৰচিপ জিলাৰ থেনজাৱলত। ৫৫৪.৩০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৫০খন বিছনাযুক্ত হাস্পতালখন আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালথান হাওলাই। উক্ত উদ্বোধনী অনুষ্ঠানত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী লালথান জাৰা, সমাজ কল্যাণ মন্ত্ৰী পি চি লালথানলিয়ানা’কে আদিকৰি কেইবাগৰাকী গণ্য–মান্য ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে, মিজোৰামৰ সমাজ কল্যাণ বিভাগে নিৰ্মাণ কৰা ট্ৰাইবেল গাৰ্লছ হোষ্টেল এখনো একেদিনাই উদ্বোধন কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward