Sunday, April 28, 2024
HomeNEWSব্ৰহ্মপুত্ৰৰ সুঁতিত এজন মাছমৰীয়া

ব্ৰহ্মপুত্ৰৰ সুঁতিত এজন মাছমৰীয়া

প্ৰকাশিত তাৰিখঃ ২৭ নৱেম্বৰ, ২০২৩

দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ পানীখাইটীৰ কাষৰ ব্ৰহ্মপুত্ৰৰ সুঁতিত এজন মাছমৰীয়া। গৰৈমাৰী অঞ্চলৰপৰা অহা মাছমৰীয়াজনে নিতৌ এইখিনি ঠাইতে বৰশী বাই। বৰশীত কেতিয়াবা মাছ পৰে আৰু কেতিয়াবা নপৰে। কিন্তু মানুহজনে বৰশী মাৰিবলৈ দৈনিক আহে। বৰশীমৰা তেওঁৰ এক নিছা।

ফটোঃ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা
Pix: Nirendra Prasad Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward