Friday, March 29, 2024
HomeNEWSমিছন বসুন্ধৰা আঁচনিৰ দ্বিতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে মুকলি

মিছন বসুন্ধৰা আঁচনিৰ দ্বিতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে মুকলি

০ অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই মিছন বসুন্ধৰা আঁচনিৰ দ্বিতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে মুকলি কৰিছে

০ গুৱাহাটীৰ কলাক্ষেত্ৰত মুকলি কৰা মিছন বসুন্ধৰাই ৰাজ্যখনত ভূমি-সংক্ৰান্তীয় কাম-কাজক সহজ কৰি তুলিব

০ অনলাইনৰ জৰিয়তে ঘৰৰ পৰাই এই সুবিধা গ্ৰহণ কৰিব পাৰিব  

নতুন সেৱাসমূহঃ

0 সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন

0 দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্রদান

0 হস্তান্তৰিত একচনা পট্টাৰ ভূমি চৰকাৰীকৰণ ক্ৰমে পট্টন

0 গাৱঁলীয়া চৰণীয়া পথাৰ/ বৃত্তিগত চৰণীয়া পথাৰত পূর্বে আবণ্টিত/ সংস্থাপিত উপযুক্ত লোকক ভূমি পট্টন

0 খিলঞ্জীয়া লোকক কফি, চাহ, ৰবৰ খেতিৰ বাবে ব্যৱহাৰ কৰি থকা ভূমিৰ পট্টন

0 জনজাতীয় সম্প্ৰদায়ৰ লোকক বংশানুক্রমে ভোগদখল কৰি থকা ভূমিৰ পট্টন।

0 ভূমিৰ হস্তান্তৰৰ অনুমতিৰ সৈতে স্বয়ংক্রিয় নামজাৰি সেৱা

0 অনলাইনযোগে মাটিৰ খাজনা পৰিশোধ

0 ডিজিটেল ষ্টেম্পিং সেৱা*

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward