Tuesday, April 30, 2024
Homeবাতৰিশ্বিলঙত চেৰি ব্লু’জম ফেষ্টিভেল

শ্বিলঙত চেৰি ব্লু’জম ফেষ্টিভেল

প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

যোৱা ১৪ ৰ পৰা ১৭ নৱেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে মেঘালয়ৰ ৰাজধানী শ্বিলং চহৰত অনুষ্ঠিত হয় চেৰি ফুল উৎসৱ ‘চেৰি ব্লু’জম ফেষ্টিভেল’। সচৰাচৰ জাপানত এই উৎসৱ অনুষ্ঠিত হয় যদিও ভাৰতবৰ্ষৰ মেঘালয়ত পোন প্ৰথমবাৰৰ বাবে এই উৎসৱ অনুষ্ঠিত কৰা হয়।

মেঘালয়ৰ মু্খ্যমন্ত্ৰী ডাঃ মুকুল চাংমাই চেৰি ফুল উৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উৎসৱত দেশ–বিদেশৰ পৰ্যটকৰ আগমন ঘটে। দেশ–বিদেশৰ পৰ্যটকৰ আগমনে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰক অৰ্থনৈতিকভাৱে অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডাঃ মুকুল চাংমাই। উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো পৰিবেশন কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward