প্ৰকাশিত তাৰিখঃ ৭মাৰ্চ, ২০২২
কামৰূপ জিলাৰ ৰাণীৰ কপিলী জলসিঞ্চন প্ৰকল্পত চলি আছে কেনেল মেৰামতিৰ কাম। ৮কোটি টকা আবণ্টন হৈছে যদিও মেৰামতিৰ নামত ব্যাপক হাৰত অনিয়ম হোৱা বুলি বিভিন্ন পক্ষৰ অভিযোগ।
আলোকচিত্ৰঃ নৱ জিৎ
Pix: Naba Jit