Friday, April 19, 2024
HomeUncategorizedঅসম মাইক্ৰ'–ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনিৰ হিতাধিকাৰীক চেক বিতৰণ

অসম মাইক্ৰ’–ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনিৰ হিতাধিকাৰীক চেক বিতৰণ

প্ৰকাশিত তাৰিখঃ ১৭ মে’ ২০২২

অগ্ৰণী সংবাদ

চানডুবি নিউজ ৰিপ’ৰ্ট –

মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম মাইক্ৰ’–ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনি– ২০২১ৰ এক অংশ বিশেষ। এই উপলক্ষে ১৭ মে’ত পলাশবাৰী সমষ্টিৰ উপৰহালীস্থিত হৰেন্দ্ৰনাথ তালুকদাৰ প্ৰেক্ষাগৃহত এক সভাৰ আয়োজন কৰা হয়। উক্ত সভাত  স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই ছয়ানী বৰদুৱাৰ আৰু ৰামপুৰ উন্নয়ন খণ্ডৰ নিৰ্বাচিত হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত মঞ্জুৰীপত্ৰ আৰু মাইক্ৰ ফাইনেন্স উদগণি আঁচনিৰ অধীনত চেক বিতৰণ কৰে।

ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward