Friday, March 29, 2024
HomeNEWSইডেন একাডেমী, ৰাণীবাৰী

ইডেন একাডেমী, ৰাণীবাৰী

প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

মিৰ্জা–চানডুবি পথৰ ৰাণীবাৰীত অৱস্থিত উমা চৰণ সোঁৱৰণী ইডেন একাডেমীত ২০২৩–২৪ বৰ্ষৰ বাবে নাম ভৰ্তি প্ৰক্ৰিয়া চলি আছে। বৃহত্তৰ মাটাইখাৰ, চানডুবি অঞ্চলৰ অভিভাৱক সকলে নিজ সন্তানৰ নাম ভৰ্তিৰ ক্ষেত্ৰত এবাৰ এই বিদ্যালয়খনৰ কথাও ভাবি চাব পাৰে।

উল্লেখনীয় যে, বিদ্যালয়খনত অসমীয়া, ইংৰাজী আৰু হিন্দী এই তিনিওটা ভাষাত সমানে পাঠদান চলিত। তদুপৰি বিদ্যালয় কৰ্তৃপক্ষই নম্বৰৰ সলনি জ্ঞান আহৰণৰ ক্ষেত্ৰতহে অধিক গুৰুত্ব প্ৰদান কৰিছে। লগতে শিশুসকলৰ বিকাশৰ বাবে ৰং–ধেমালি, খেলা–ধূলা আদিতো সমানে গুৰুত্ব প্ৰদান কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward