Sunday, February 25, 2024
HomeNEWSকাৰ্বি জনগোষ্ঠীৰ মহিলা

কাৰ্বি জনগোষ্ঠীৰ মহিলা

প্ৰকাশিত তাৰিখঃ ২৯ জানুৱাৰী, ২০২৪

মেঘালয়ৰ পংকেৰ গাঁৱৰ দুগৰাকী কাৰ্বি জনগোষ্ঠীৰ মহিলা। পংকেৰ অসম সীমান্তৰ গাতে লাগি থকা কাৰ্বি জনগোষ্ঠীৰ গাঁও। পিঠিত বনৰীয়া শাক–পাচলিৰ বোজা লৈ মহিলা দুগৰাকীয়ে অসমৰ গড়ভাংগা ১নং পথত বহা বজাৰখনলৈ আহি থকা দৃশ্য।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward