Tuesday, May 21, 2024
HomeUncategorizedডিজিটেল ইণ্ডিয়াঃ চানডুবি ওচৰৰ এখন গাঁৱৰ দৃশ্য

ডিজিটেল ইণ্ডিয়াঃ চানডুবি ওচৰৰ এখন গাঁৱৰ দৃশ্য

প্ৰকাশিত তাৰিখঃ ১৭ জুলাই, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

দেশ স্বাধীনতাৰ ৭৫ বৰ্ষ অমৃত মহোৎসৱ পালন কৰিলে যদিও এই মৰা সুঁতিটোৰ ওপৰত এটা কালভাৰ্ট হৈ নুঠিল। দৃশ্যটো ছয়গাঁও সমষ্টিৰ ২নং ভেৰভেৰী গাঁৱৰ। পলাশবাৰী সমষ্টিৰ গাতে লাগি থকা এই গাঁওখন ঐতিহাসিক চানডুবি বিলৰ ৩ কিলোমিটাৰ দূৰত অৱস্থিত। (ডিজিটেল ইণ্ডিয়াঃ চানডুবি ওচৰৰ এখন গাঁৱৰ দৃশ্য)

ফটোঃ প্ৰভাত ৰাভা

Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward