Sunday, April 28, 2024
HomeNEWS জুপাংবাৰীত খালী ভৰিৰ ফুটবল খেল প্ৰতিযোগিতা

 জুপাংবাৰীত খালী ভৰিৰ ফুটবল খেল প্ৰতিযোগিতা

প্ৰকাশিত তাৰিখঃ ৩০ অক্টোবৰ, ২০২৩

দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত জুপাংবাৰী জনজাতীয় বন সংৰক্ষণ যুৱ সংঘৰ সৌজন্যত খালী ভৰিৰ ফুটবল খেল প্ৰতিযোগিতা। ২৫ অক্টোবৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গাঁওখনৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱাৰ খেলখনৰ প্ৰথম পুৰস্কাৰ ৩হেজাৰ আৰু দ্বিতীয় পুৰস্কাৰ ২হেজাৰ টকা।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward