Monday, May 6, 2024
HomeNEWSনৱোদয় আদৰ্শ বিদ্যামন্দিৰ, বৰিহাটত গ্ৰীষ্মকালীন শিবিৰৰ সামৰণী 

নৱোদয় আদৰ্শ বিদ্যামন্দিৰ, বৰিহাটত গ্ৰীষ্মকালীন শিবিৰৰ সামৰণী 

প্ৰকাশিত তাৰিখঃ ১০ জুলাই, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

প্ৰতি বছৰৰ দৰে এইবেলিও পলাশবাৰী সমষ্টিৰ বৰিহাটস্থিত নৱোদয় আদৰ্শ বিদ্যামন্দিৰত অনুস্থিত হোৱা গ্ৰীষ্মকালীন শিবিৰৰ ৯ জুলাই, ২৩ তাৰিখে সফল সামৰণী পৰে।

এইবেলি ছাত্ৰ–ছাত্ৰীৰ মাজত আৰ্ট-মৃন্ময় শিল্প, ভাস্কৰ্য, নৃত্য, ধেমালিৰ চলেৰে গণিত, গণ সংগীত, বৰগীত, জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত, শব্দকোষ চৰ্চা ইত্যাদি কাৰ্যসূচী সফলতাৰে অনুস্থিত হয়।

বিভিন্ন বিষয়ত সমল ব্যক্তি হিচাবে উপস্থিত থাকে- আনন্দ দাস, বিপুল কুমাৰ দাস, ভাৰতী মজুমদাৰ, পূৰবী কলিতা, ঠুনুময়ী কলিতা, সংগীতা দাস, মণি কলিতা, তগৰমণি দাস, মোহন কলিতা আদি বিশিষ্ট ব্যক্তি সকল।

শিবিৰৰ সফল সমাপ্তিৰ বাবে সকলোকে ধন্যবাদ জনাই বিদ্যালয় পৰিচালনা সমিতিৰ সচিব শ্ৰীকল্প কলিতা আৰু অধ্যক্ষ লক্ষী কাকতী দাসে।

ফটোঃ কল্প কলিতাৰ সৌজন্যত 

Pix Courtesy: Kalpa Kalita 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward