Sunday, May 19, 2024
HomeNEWSউমেশ বৰুৱালৈ আদিপুৰ ৰাইজ গয়ৰহৰ সম্বৰ্দ্ধনা

উমেশ বৰুৱালৈ আদিপুৰ ৰাইজ গয়ৰহৰ সম্বৰ্দ্ধনা

প্ৰকাশিত তাৰিখঃ ৬মে’, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ আমৰাঙা–বৰিহাট অঞ্চলৰ তাতিবামা ৰাজহ গাঁৱৰ আদিপুৰ ৰাইজ গয়ৰহৰ তৰফৰ পৰা ৫মে’ত শ্ৰীশ্ৰীবৃন্দাবন সত্ৰ, আদিপুৰৰ প্ৰতিষ্ঠাপক তথা বৃহত্তৰ আমৰাঙা-বৰিহাট অঞ্চলৰ জ্যেষ্ঠ নাগৰিক উমেশ বৰুৱাক সম্বৰ্ধনা জনোৱা হয়।

এই উপলক্ষে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সত্ৰখনৰ প্ৰতিষ্ঠাপক উমেশ বৰুৱাক গামোচা,শৰাই, মানপত্ৰ আদিৰে সম্বৰ্দ্ধনা জনাই আদিপুৰ ৰাইজ গয়ৰহৰ সভাপতি মুক্তা কলিতা আৰু মধু কলিতাকে ধৰি ৰাইজে। অনুষ্ঠানত লক্ষী ঠাকুৰীয়া, চন্দ্ৰ বৰুৱা, মুকুল মহন্তকে ধৰি স্থানীয় ৰাইজ, আয়তী উপস্থিত থাকে।

শিৰোনাৰম ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward